আচলতে এজনী ছোৱালীৰ জীৱনৰ ডাঙৰ ভুল হল তাই কোনোবা লৰাক ভাল পালে সৰ্বস্ব ত্যাগ কৰি দিয়ে।আনকি যিহাল মাকদেউতাকে তাইক জন্মৰ পৰা ভাল পাই আহিছে সেইহাল মাক দেউতাকৰ মৰম স্নেহও পাহৰি যায়।নিজৰ ভালপোৱাক মাক দেইটাকতকৈ ডাঙৰ কৰি কোনোবা বজৰুৱা লৰাৰ লগত সংসাৰ পতাৰ ইচ্ছা কৰে।।কিন্তু শেষত যেতিয়া লোৰাজনেও ফাকি দিয়ে তেতিয়া কয় মানুহ চিনা বহুত কঠিন।আচলতে ভন্টি মানুহ চিন কঠিন নহয় ,কঠিন হল ভালপোৱা।যিটো তুমি কৰিবই নাজানা।মই এজন লৰা হয়।মই লৰাবিলাকৰ মনটো জানো।সিহঁত তোমালোকৰ দৰে নহয়।সিহঁতে এমাহৰ ভালপোৱাৰ কাৰণে মাক দেতাকক ত্যাগ নকৰে।সিহঁতে শেষত মাক দেতাকৰ বাধাএ মানিব।কোনোবা বজৰুৱা ছোৱালীৰ ভালপোৱা বুজিবলৈ চেষ্টা অ নকৰে।।।।