ParchiGogoi21
- Reads 281
- Votes 31
- Parts 10
প্রেম চাগৈ এনেকুৱাই... হৃদয়ৰ দুৱাৰ ঠেলি সোমাই আহে কোনো অনুমতি নোলোৱাকৈ.....মাথোঁ প্রৱেশ কৰে...!
দেহ-মন কোবাই যায়...!
এই প্রেম কাহিনীটি তাইৰ..
এজনী সহজ-সৰল ছোৱালী...
নাম প্রিয়া তাইৰ...
দুচকুত হেজাৰটা সপোন তাইৰ!
ভবা নাছিল তাই!
তাইৰ জীৱনলৈও কোনোবা আহিব!
বাৰিষাৰ বৰষুণজাকে (হয়তো প্রেমৰ) তাইকো তিয়াই যাব! অস্হিৰ কৰি তুলিব তাইক!
..................
আশা কৰোঁ পাঠকসকলে প্রেম কাহিনীটি সাদৰেৰে আদৰি ল'ব!
-পাৰ্চী গগৈ
৫/১/২২