ঘৰৰ সকলোৰে মৰমৰ নিশা গাঁৱৰ এজনী সহজ সৰল ছোৱালী । সকলোৰে মনত আশালৈ নিশা গৈছে Adtu লৈ ইনজিৰিয়াং পঢ়িব । Adtu লৈ গৈ নিশা নিজক ন ৰোপত গঢ়ি তুলিছে।নতুন লগ নতুন ঠিকনা সকলোবোৰ লগত নিশা নিজৰ পঢ়া আগৱাই লৈ গৈ আছে। লগৰ সমনীয়াৰ লগত খেলা কৰি নিশা লগ পাইছে জিৱনৰ লগৰ। কুমলীয়া বয়সত জৌৱনে আৰম্ভ্ৰ কৰিছে নিশাৰ মনত।Tutti i diritti riservati