Story cover for HODAIE KAKHOT BISARU TUMAK(সদায়ে কাষত বিচাৰোঁ তোমাক)  by ParchiGogoi21
HODAIE KAKHOT BISARU TUMAK(সদায়ে কাষত বিচাৰোঁ তোমাক)
  • WpView
    Reads 69
  • WpVote
    Votes 11
  • WpPart
    Parts 5
  • WpView
    Reads 69
  • WpVote
    Votes 11
  • WpPart
    Parts 5
Complete, First published Feb 08, 2022
কাহিনীটি তাইৰ নিজৰ। 
প্রথম প্রথম প্রেমৰ। 
প্রেম শব্দটি ভালকৈ বুজিব নোৱাৰিলেও।সঁচা তাইৰ প্রেম। 
জীৱনৰ প্ৰথম প্ৰথম প্ৰেম। 
তথাপি অপ্ৰকাশিত হৈয়ে থাকি গ'ল সিহঁতৰ ভালপোৱা। সিহঁতৰ মানে অনুভৱ আৰু সুনয়নাৰ। 
এটি আধৰুৱা প্রেম কাহিনী। 
.
. 
. 
*কাহিনীটি লেখিকাৰ নিজৰ। 
*সকলো বাস্তৱতা আৰু সময়, ঠাই সকলো  real. 
*স্কুলীয়া জীৱনৰ প্ৰথম প্ৰথম প্ৰেম কাহিনী। 
*সুনয়নাৰ চৰিত্ৰটি লেখিকাৰ। 
*পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে নামবোৰ সলনি কৰি দিয়া হৈছে। 
*প্রতিটো ঘটনা সঁচা। 
*কল্পনাৰ ৰহণ নাই। 

   সকলোৰে জীৱনলৈ প্ৰেম আহে। 
   মোৰ জীৱনলৈও  আহিছিল। জীৱনৰ প্ৰথম প্ৰেম। 
   আশাকৰোঁ কাহিনীটি আদৰি ল'ব সকলোৱে। 
   ধন্যবাদ। 
-পাৰ্চী গগৈ। 
   -৮/২/০২২
All Rights Reserved
Sign up to add HODAIE KAKHOT BISARU TUMAK(সদায়ে কাষত বিচাৰোঁ তোমাক) to your library and receive updates
or
#2love
Content Guidelines
You may also like
You may also like
Slide 1 of 10
তোমাৰ মৰমবোৰ💓 cover
অনুভৱত তুমি!  cover
@ Blissful street cover
𝐻𝑎𝑝𝑝𝑦 𝐵𝑖𝑟𝑡ℎ𝑑𝑎𝑦 𝐷𝑎𝑛𝑎 cover
Essa Eu Fiz Pro Nosso Amor cover
Andrea C. x y/n cover
অন্তহীন ঠিকনা cover
প্ৰেম কিয় এনেকুৱা? cover
AAH VIDA❤ cover
"ফুল ফুলক ৰ'দৰে ফুল"  cover

তোমাৰ মৰমবোৰ💓

1 part Ongoing

#emotions#