মই মনালিচা (ছদ্মনাম) । মই এজনী বিবাহিত মহিলা।পেছাত মই এজনী বেশ্যা । বেশ্যা এটা কৰ্ম হ'ব নোৱাৰে! আৰু বেশ্যা কোনোৱে হওঁ বুলিও নহয়। পৰিবেশ আৰু পৰিস্থিতিয়ে সকলো সলনি কৰি দিয়ে। মোৰো স্বামী আছিল! এতিয়া নাই এৰিছো তেওঁক একমাত্ৰ মোৰ ছোৱালী জনীৰ কাৰনে! স্বামী কাক কয় -যিজনৰ ওচৰত ঘৰৰ দায়িত্ব থাকে! ঘৰৰ মানুহ জনীও যে তেওঁৰে অৰ্ধাগিনী, ল'ৰা ছোৱালী কেইটা তেওঁৰে ঔৰসত জন্ম পোৱা তাৰ অনুভৱ থাকে। নে এইটো ঘৈনীয়েক জনী তেওঁ ক্ৰয় কৰা সম্পত্তি। নে মাহেকত দৰমহা দি ৰখা ঘৰৰ চাকৰনী! তেওঁৰ কথা মতে উঠিব লাগিব তেওঁৰ কথা মতে বহিব লাগিব। নিজৰ আশা আকাংক্ষা নিজৰ স্বাভিমানক জলানজ্বলি দি কিমান দিন আৰু জীয়াই থাকিম! তেওঁ পুৰুসত্তৰ নামত কলংক আছিল সেয়েহে মই তেওঁক এৰিলোঁ। মই বেশ্যা হও বুলি হোৱা নাছিলোঁ! মই সম্পূৰ্ণ শিক্ষিত আছিলোঁ। কাম কৰিম খাম ছোৱালী জনীক মোৰ সামৰ্থ অনুযায়ী এটা ভৱিষ্All Rights Reserved
1 part