
সকলোবোৰ কাহিনীৰ সমাপ্তি সুখেৰে হয় বুলি ক োনে কলে কিছুমানৰ দুখৰো হব পাৰে।। দুখৰ সমাপ্তি হলেও তাতো কিছূমান প্ৰাপ্তি পোৱা যায়।। অপেক্ষাৰ বান্ধোন জানো কোনোবাই ভাঙিব পাৰে,, মুঠেও নোৱাৰে।। অপেক্ষাৰ সংজ্ঞা অন্তহীন...!! যিমান আগবাঢ়ি গলেও সেই অপেক্ষা নামৰ সীমাহিন বান্ধোনে সদায় বেৰি ৰাখে।।🌚Tous Droits Réservés