প্ৰথম খণ্ড by Pranjit sarma

41 6 0
                                    

তোমাৰ মৰমসনা দুচকুৰ
সপোন হব দিয়া
মৰম মোক বুকু ভৰাই দিয়া
বাঢ়ি যাওক বুকুতে
গোপনে ভালেপোবা||
নদী হৈ বৈ যোবা বুকুএদি
জোন হৈ ৰৈ যোবা
বতাহ হৈ চুই যোবা
সপোনে পোখালি মেলক
দিহিঙে-দিপাঙে
বাঢ়ি যাওক ভালপোবা||
লিখি যাও প্ৰেমৰ কবিতা
তুমি শব্দ হোবা মোৰ
মই চন্দ হৈ লয় মিলাও||
মৰম হৈ দুয়ো দুয়োৰে
বুকুত জিৰাও|||

Du hast das Ende der veröffentlichten Teile erreicht.

⏰ Letzte Aktualisierung: Feb 08, 2019 ⏰

Füge diese Geschichte zu deiner Bibliothek hinzu, um über neue Kapitel informiert zu werden!

তুমিWo Geschichten leben. Entdecke jetzt