Good bye

4 0 0
                                    

:আজি ৮ মাহ হল তোমাক নেদেখা কেতিয়া আহিবা? চাকৰি জেগাৰ পৰা আহি ঘৰতে আছাহি  তথাপি মোৰ ওচৰলৈ এপাক আহিব  মন যোৱা নাই ন তোমাৰ। এইয়াই ভাল পোৱা ন মোক
: কাইলৈ ৰাতিপুৱা গৈ আছো
: কি  সচাকে  নে
: ওমম সচাকে আকৌ
: ওফ finally তোমাক ইমান দিনৰ মূৰত দেখা পাম
                        .........................
:বাহ পুৱাতে আহি মানুহজন হাজিৰ  ৰাতি শুলা  নে নাই হে
:তোমাৰ ওচৰলৈ আহিম  যেতিয়া  ৰাতি টোপনি যাব জানো?
: দিনটো পাৰেই হল, ৰাতিটো থাকি যাব নোৱাৰা নে🥺
: নাই অ জানাই দেখুন ঘৰলৈ যোৱা টো কিমান জৰুৰী। কাইলৈ চাকৰিৰ জেগালৈ যাবগে লাগিব। ৰাতিটোহে আছে হাতত। পুৱাই যাম গে
: আকৌ টো ৬,৭ মাহৰ পিছত  হে চাগে দেখা হব 
: দেখা নহলেও টো সদায় দুয়োজন একেলগেই  আছো ন। আৰু সদায় একেলগেই থাকিম।   এনেকেই পাৰ কৰিব লাগিব জীৱন।     🥀ভালকৈ থাকিবা দেহা❤(কপালত চুমা এটি গুজি দি) 🥀
                       ......................
🍁অনুভৱ---তোমাৰ হাত খন মোৰ হাতৰ পৰা যে লৈ গলা  কপালত চুমা এটি যে গুজি দিলা কিয় জানো মোৰ এনেকুৱা লাগিছে যে এয়া আমাৰ শেষ দেখা। কাহানীও যেন আৰু নহব দেখা আমাৰ। এয়া যি  আতৰি গলা  আৰু যেন কেতিয়াও নাহা মোৰ ওচৰলৈ কিয় লাগিছে এনেকুৱা মোৰ।।।।।।।।।।।। হেয় মইও যে কি কি ভাৱি থাকো আপোন মানুহবোৰ জানো চিৰদিনৰ বাবে আতৰি যায়। কি যে ভাৱি থাকো নহয়
                            ....................
আজি এটা বছৰ পাৰ হল।। আজি হে অনুভৱ কৰিছো যে      যায় ,,,,,,,আপোন  বুলি ভৱা মানুহ বোৰো  আতৰি যায়। এই যে মনলৈ অহা কিছুমান কথাক আমি আওকাণ কৰি দিও সেয়াও এদিন সচা হব পাৰে।   বিশ্বাস কৰিব নোৱাৰিলেও  এইয়া সচা যে   সেই দিনটোৱে আছিল আমাৰ  শেষ দেখা****
                                                      
                                                        দেৱাশ্ৰী

GOOD BYEحيث تعيش القصص. اكتشف الآن