✨সপোনেই আত্মাৰ খিৰিকী,
আমাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ
এখন পৃথিৱীলৈ যোৱাৰ এক দুৱাৰ।
কল্পনা মুক্তভাৱে চলি থকা এখন ঠাই।✨🌌সপোনত আমি আকাশত উৰিব পাৰো,
সাগৰত সাঁতুৰিব পাৰো।
আমি দূৰৈৰ দেশলৈ যাত্ৰা কৰিব পাৰো,
আকাশৰ তৰাবোৰৰ লগত নাচিব পাৰো।🌌🌠সপোন মধুৰ হব পাৰে,
সপোন অদ্ভুত হব পাৰে,
সপোনবোৰৰ সলনি হোৱাৰ ক্ষমতা থাকে।
আমাক অনুপ্ৰাণিত কৰে তৰাবোৰ ধুকি পাবলৈ, সহায় কৰে আমাৰ গভীৰতম দাগবোৰ ভাল কৰিবলৈ।🌠💫 সেয়ে চকু মুদি সপোন দেখিবলৈ লৈছোঁ।
মন বিচৰণ কৰিছোঁ।
কাৰণ সপোনৰ জগতত সকলো সম্ভৱ।
সেয়ে সপোন দেখিব শিকিছো,
এদিন বাস্তৱত পৰিণত হোৱাৰ আশাৰে।।💫
- দিপাননীতা খাউণ্ড 🌺
YOU ARE READING
সপোনৰ জগতখন
Poetryসপোনেই আত্মাৰ খিৰিকী, আমাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ এখন পৃথিৱীলৈ যোৱাৰ এক দোৱাৰ। কল্পনা মুক্তভাৱে চলি থকা ঠাই, যিকোনো বস্তু হ'ব পৰা ঠাই।✨