3 0 0
                                    

হৃদয়ৰ প্ৰতিটো স্পদনৰ মাজত
আজিও জীয়াই আছা তুমি

কবিতাৰ মাজেদি প্ৰকাশিত কৰোঁ
তোমাৰ প্ৰতি থকা প্ৰেম

আশা কৰোঁ কেতিয়াবা তুমিও
পঢ়িবা আৰু তাৰ মাজত মোক বিচাৰিবা

বিষাক্তМесто, где живут истории. Откройте их для себя