হৃদয়ৰ প্ৰতিটো স্পদনৰ মাজত
আজিও জীয়াই আছা তুমিকবিতাৰ মাজেদি প্ৰকাশিত কৰোঁ
তোমাৰ প্ৰতি থকা প্ৰেমআশা কৰোঁ কেতিয়াবা তুমিও
পঢ়িবা আৰু তাৰ মাজত মোক বিচাৰিবা
১
হৃদয়ৰ প্ৰতিটো স্পদনৰ মাজত
আজিও জীয়াই আছা তুমিকবিতাৰ মাজেদি প্ৰকাশিত কৰোঁ
তোমাৰ প্ৰতি থকা প্ৰেমআশা কৰোঁ কেতিয়াবা তুমিও
পঢ়িবা আৰু তাৰ মাজত মোক বিচাৰিবা