মোৰ নিজৰ কাহিনী লিখিবলৈ আৰম্ভ কৰিছোঁ যদি কিবা ভুল হয় খমা কৰিব মই এজনী সাধাৰণ পৰিয়াল ছোৱালীৰ মোৰ ঘৰত পাঁচজন ভাই ভনী আছে বাইদেউ আমাৰ ঘৰৰ সকলোৱে মৰম তেওক ৫মাইল মান দূৰ গাঁওএখনত বাইদেউ
বিয়া দিছিল ভিনদেউ আৰমি চাকৰি কৰিছিল মোৰ দাদা দুজনক ভিনদেউ চাকৰি সোমোৱা দিছিল ডাঙৰ দাদা টেনিং শেষ কৰি বেলেগ জেগালৈ পঠিয়াই দিলে জেগাটো নামহল পাঞ্জব আৰমিতচৰ তাতে দাদায়ে এজন বন্ধু লগপালে তেঁও নাম আছিল প্ৰভাত ডেকা তেঁও ঘৰৰ নগাঁওতে তেওঁলোক ঘৰৰ মা দেউতা আৰু ভণ্টীএজনী ভাইটি এটা তেঁও ঘৰলৈ দুমাহৰ চুটি লৈ ঘৰলৈ আহিছিল লগতে মোৰ ডাঙৰ দাদা আহিছিল তেওঁলোক দুয়ো জনে নিজৰ ঘৰৰকথা পাতি আহিল মোৰ দাদা ঘৰত আহি পাই মোৰ মা বাইদেউ ভিনদেউ হঁতৰ আগত সেই বন্ধুজনৰ কথা কলে তেঁও মোক বিয়া কৰাবলৈ বিছাৰিছে কিন্ত মই তেতিয়া নৱমশ্রনী ছাত্ৰী সেই কাৰণে মোৰ ঘৰত বিয়া দিয়াটো সম্ভৱ হোৱা নাছিল লৰাজনে আমাৰ ঘৰলৈ আহিছিল আহিয়ে মোক দেখিছিল তাৰ পিছত মোৰ দাদা বাৰে বাৰে একেটা কথাকে শুধি আছিল আপোনা ভণ্টী মোৰলৈ বিয়া কিয় নিদিয়ে তেতিয়া দাদায়ে কৈছিল তাই এতিয়া বহুত সৰু সেই কাৰণে তেতিয়া তেওঁ দাদাক উত্তৰ দিছিল মই আপোনাৰ ভণ্টী এতিয়া এটা আঙঠি পিন্ধাই থম 3বছৰ মানত বিয়া পাতিম তেতিয়া আপোনা ভণ্টীয়ে মেট্ৰিকপাচ কৰিব বাকী পঢ়া শুনা আমাৰ ঘৰৰ পৰা পঢ়ীব মোৰ দাদা আৰু বাইদেউ ভিনদেউ আৰু মা সকলোৱে তেঁও কথাবিলাকত সন্মত দিলে একো আপত্তি নকৰিলে মোৰ ফালৰ পৰা কথাকবলৈ শুবিধা নিদিলে তাৰ পিছত তেওঁলোকৰ ঘৰৰ মা দেউতা আঙঠি পিন্ধাবলৈ উঠি পৰি লাগিল তেঁও লোকে মাঘৰ মাহত ভিতৰত দিন এটা ঠিক কৰিলে আৰু সেইটো তাৰিখতে মোৰ আঙঠি পিন্ধাই থৈগল তেঁও দুমাহৰ চুটি শেষ কৰি আকৌ পাঞ্জবলৈ গুচি গল সেই সময়ত কাৰগিল যুদ্ধ আৰম্ভ হৈছিল জিমান বিলাক জোৱান ঘৰত চুটিলৈ আহিছিল সকলোকে আকৌ মাতি পঠালে কাৰণ যুদ্ধ আৰম্ভ হৈছিল মোৰ হ'বলগীয়া শ্রমী তেঁও সেই জেগাত দিউটি কৰি আছিল আৰু মোৰ দাদাও আছিল তাৰ যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে কৰ পৰা বোমা বিস্ফোৰণ হল কোনেও গমে নাপালে জিমান কিজন জোৱান আছিল গোটেই কিজন ঠিতাতে বাগৰি পৰিল লগে লগে আমিতচৰ চিকিত্সালয়তলৈ গল সেই জোৱান কিজনৰ মাজতে মোৰ হবলগীয়া শ্রামী আছিল সকলোৰ বিলাক চেহেৰা চিনি পাবলৈ টান হৈছিল কাৰণ সকলো শৰীৰবিলাক টুকুৰা টুকুৰকৈ আত ত পৰিছিল মোৰ দাদায়ে গমে পোৱা নাছিল যে মোৰ হবলগীয়া মানুহজন আৰু এখন পৃথিৱী নাই বহুতো বিছৰাত পিছত এজন আফিছাৰে আহি কলে আপোনাৰবন্ধু পভাত ডেকা নাই খবৰটো পোৱা লগে লগে দাদা মাটি বাগৰি পৰিল বহুতো সময় পিছত হোচ আহিল তাৰ পিছত দাদা মনত বহুতো চিন্তা আহিবলৈ ধৰিলে ঘৰৰ মানুহক কেনেকৈ এই খবৰ টো দিব একো উত্তৰ পোৱা নাই কিন্ত কি কৰিব খবৰটো দিব লাগিব দাদায়ে নিজেই চুটি আহিল দাদায়ে ঘৰৰ সকলোকে কলে কিন্ত মোক কবলৈ ভয় কৰিছে খবৰটো গমপালে মই কি কৰিম সচা কথা জানো লোকাই থাকিব এদিন হলে গম পামে সেইকাৰনে মোৰ আগত কোৱাটো ভাল বুলি ভাবিলে খবৰটো পোৱা পিছত মোৰ কি অবস্থা হৈছিল জিয়াই থকিবলৈ মনযোৱা নাই মনে মনে ভাবিছিলো কিবা আলপমান আনি খাই ময়ো তেঁও ওছৰলৈ যাও কিন্ত সেই খিনি কৰিবলৈ মই সবিধা নাপালো ঘৰত চাৰিওফালে মানুহে বেৰি আছিল তেনেকৈ দুখ বেজাৰে থাকিগলো বহুত দিনৰ পিছত মোৰ ডাঙৰ বাইদেউ ঘৰলৈ গলো বাইদেউ হত চিলং থাকে তাতে মই থাকিবলৈ ললো তেনেকৈ ২ ৩ বছৰ থাকিলো তাৰ পিছত মোৰ আধৰুৱা জীৱনটো পূৰাবলৈ এজন পুৰুষ আহিল তেঁও লগত মোৰ পুনৰ ভাল পোৱা আৰম্ভ হল
YOU ARE READING
মোৰ নিজৰ কাহিনী
Non-Fictionমোৰ নিজৰ কাহিনী লিখিবলৈ আৰম্ভ কৰিছোঁ যদি কিবা ভুল হয় খমা কৰিব|