খন্দ 2

3.8K 8 1
                                    

তেঁও লগপোৱা পিছত মোৰ লগত কথা-বতৰা পাতিবলৈ মোক লগ ধৰিলে বজাৰৰ কৰিবলৈ মোৰ বাইদেউ ভিনদেউ নাজানে তেঁও লগত মোৰ কিবা আছে সেইটো আকল মোৰ ভাগিনজনীয়ে জানে তাৰবাদে কোনেও নাজানে কাৰণ মোৰ মাজে মাজে কেতিয়াবা মনলৈ এনেকুৱা ভাব আহে এওক যে মই ভাল পাইছো এও যদি মোক আগৰজনৰ দৰে এৰি জায় তেতিয়া মোক গাঁও মানুহে কি কব এই ছোৱালীজনী কপালখন বৰ বেয়া কোনোবাই হয়তো বহুতো বেয়া শব্দ কৈ ফুৰিব সেই কাৰণে মই তেওঁক বহুতবাৰ মানা কৰিছিলো কিন্ত তেঁও মানা নাছিল তেঁও মোক এটা কথাকৈছিল মানুহৰ জীৱনত এনেকুৱা বহুতো ঘাত পতিঘাত আহে সেই বুলি মানুহে জীয়াই থাকিবলৈ চেষ্টা কৰে তুমি কৰা তোমাৰ মোৰ ভালপোৱা সদাই থাকিব কিন্ত তেঁওলোকৰ ঘৰৰ বাই ভনী তেঁওক মানা কৰিছিল এজনী বদনাম হোৱা ছোৱালীকহে ভাল পাবলৈ ধৰিলি আৰু বেলেগ ছোৱালী নেপালী তেঁও এজন ভায়েক আছিল তেঁও আকৌ উলোটা তেঁও দাদায়েক দাদা তুমি তাইক ভাল পাইছা যেতিয়া তেওক বিয়া পাতি লয় আনা দাদায়ে কে কৈছিল তাই বিয়া এতিয়া নহয় কাৰণ সৰু সুৰা এটা কৰবাত চাকৰি পালে ভাল হব চাকৰি পোৱাটো সম্ভৱপৰ নহয় কাৰণ মই হলো এজনী কম শিক্ষা থকা ছোৱালী মেট্ৰিকপাচ কৰা ছোৱালীক চাকৰি কোনে দিব তেনেকৈ বহুতো চিন্তা আহিবলৈ ধৰিলে কি কৰিখাম তেনেকৈ ভাবি থাকোতে মোৰ লগৰ এজনী বন্ধবী আহিল তাই মোৰ লগত বহুতো সুখদুখৰ কথা পাতিলে তাই মোক শুধিলে এতিয়া কি কৰি আছ মই কলো একোকৰা নাই তাইক মই শুধিলো তই কি কৰি আছ তাই মোক কলে নাচৰ টেনিং কৰি আছো মই শিকিব পাৰিমনে বাৰু তাইমোক কলে পাৰিবা মই সেই কথাটো বাইদেউ ভিনদেউ আগত কলো প্ৰথমতে মোক একো নকলে ৰাতি ভাত খাবলৈ বহোতে মই বাইদেউ হতক সুধিলো মই নাচৰ টেনিং কৰিবলৈ জামনে তেতিয়া ভিনদেউ একোৱেই কোৱা নাই বাইদেউ মোক কলে যদি তই নাচ শিকিবলৈ জাৱ তেনেহলে ঘৰৰ কাম কাজ কনে কৰিব মানে মই বাইদেউ ভিনদেউ হতৰ ঘৰৰ কামকৰা চকৰনী মোৰ মনটো বহুত দুখ লাখিল নিজৰ বাইদেউজনী মোৰক এনেকুৱা ব্যবহাৰ কৰিব পাৰে আৰু বাকী মানুহ বিলাকৰ কাৰণে কি থাকিল তেনেকৈ দুখ বেজাৰ কৰি বিছনাত পৰিথাকিলো মনতে ঠিৰাং কৰিলো জন্ম দিয়া মা জনী আছে যেতিয়া ঘৰতে থাকোগৈ সেই বুলি ভাবিলো ভিনদেউ আফিছৰ পৰা আহা পিছত মই সুধিলো বলো মই আপোনাৰলোকৰ ঘৰত নথাকো মই মা ওছৰলৈ জাব বিছাৰো আপোনীৰ মোক জাবলৈ দিয়ক ভিনদেউ হব বুলি কলে ভিনদেউ আফিছলৈ গুচিগল যোৱা পিছত বাইদেউ মোক বহুতো গালি পাৰিলে বহুতো বেয়া গালি পাৰিছে তেনেকোতে মোৰ সৰু দাদা ঘৰৰপৰা আহিছিল বাইদেউ হতৰ ঘৰলৈ বাইদেউয়ে মোক গালি পাৰি থাক বাবে তাইকলে তাই ইনেদুখি তই আকৌ গালি পাৰি আছ দাদাকো কিবা কিবি কলে তাৰ পিছত মই আৰু দাদা বাইদেউ ঘৰৰত আকমান সময় নাথাকিলো আহি আমিৰ ঘৰৰলৈ বুলি গাড়ী উঠিলো ঘৰৰ আহিপাই মাৰ আগত সকলো কথা কলো মায়ে মোক নেলাগে যাৱ বুলি কলে তেনেকৈ ঘৰত থাকিলো ৩ মাহমান তাৰ পিছত মই আকৌ চিলং গলো কিন্ত বাইদেউ হতৰ ঘৰলে নহয় সেই নাচৰ টেনিং কৰিবলৈ টেনিং মই 3বছৰ শিকিলো তাৰ পিছত কতো কাম পোৱা নাই এনেকৈ ঘৰতে কিমান দিন বহী থাকিম বহুতো জেগাত ইন্টাৰভিউ দিছো কতো পোৱা নাই মনটো দিনে দিনে বেয়া হৈ আহি আছে তেনেকোতে ভিনদেউ লগৰ এজন বন্ধু লগ পালো তেওঁ মোক কলে ongc কোম্পানীৰ চাকৰি উলাচে তাতো এপ্লাই কৰি দিয়াচোন সেই বুলি কলে মই লগে লগে এপ্লাই কৰি দিলো কৰি দিয়া ৩মাহমানত মোৰ কলিং লেটাৰ পালো ইন্টাৰভিউ দিবলৈ মই আহিলো শিৱসাগৰ লৈ ইণ্টাৰভিউ ইমানে ভাল হৈছে মানে কি কম ভাষা নাই দুই দিন পিছত ৰিজাল্ট পালো মোৰ হাতলৈ Appointment letterসেইখন পোৱা পিছত চবকৈ মোৰ মনৰ মানুহজনক খবৰটো দিছো যে মই চাকৰি পালো তেঁও খবৰটো পাই বহুতো সুখী হৈছে কাৰণ দুখৰ দিন বোৰ আতৰিব চাকৰি জইন কৰিবলৈ আহিলো ৭দিন মান হোটেলত থাকিলো তাৰ পিছত ভাৰাঘৰ থাকিলো 8 মাহমান তাৰ পিছত ongc কোৱাটা পালো তাৰ পিছতে ফাগুনমাহৰ ১২তাৰিগে আমাৰ বিয়া হয় ১বছৰ পিছত মোৰ ছোৱালীজনী জন্ম হয় তাই জন্ম ৪বছৰ পিছত মোৰ লৰা এটা জন্ম হয় এতিয়া সিহত দুয়োটা পঢ়ী আছে ছোৱালীজনী 11নত আছে আৰু লৰাটো নৱম শ্ৰেণীত আছে মই এতিয়া বহুতো সুখী মোৰ লৰা ছোৱালী দুয়োটাকে ভালকে পঢ়া-শুনাই ভাল মানুহ কৰাই মোৰ আশা আজিলৈ মোৰ জীৱন কাহিনীটো সামৰণি মাৰিলো বাই বাই

Yayımlanan bölümlerin sonuna geldiniz.

⏰ Son güncelleme: Feb 27, 2019 ⏰

Yeni bölümlerden haberdar olmak için bu hikayeyi Kütüphanenize ekleyin!

মোৰ নিজৰ কাহিনীHikayelerin yaşadığı yer. Şimdi keşfedin