প্রেম এক অবুজ সাঁথৰ। জীৱনৰ চাকনৈয়াত প্রেম যেন এক সৰগীয় অনুভূতি। কিন্তু, প্রথম প্রেমক জানো পাহৰিব পাৰি? এই কাহিনীটি অাকাশৰ.. হয় যিয়ে হৃদয়ত প্রথম ভালপোৱাৰ সুৰ অনুভৱ কৰিছিল... অনন্যাৰ প্রতি..। তিনি কিশোৰ-কিশোৰীৰ এয়া প্রেম কাহিনী। আহকচোন বিচৰণ কৰোঁ প্রেমৰ অন্য এখন জগতত....