অনুৰাধা...
মই তোমাৰ প্ৰেমত পৰিছোঁ,
তোমাৰ সাগৰনীলা চকুযুৰিৰ প্রেমত...
তোমাৰ ধুনীয়া হাঁহিটিৰ প্রেমত!
কিয় বিশ্বাস নকৰা?
মোৰ মৰমবোৰ কিয় আওকাণ কৰা!
ইমান অভিমান কাৰ বাবে?*****
*****
*****এবাৰ মাথোঁ চোৱা,
মোৰ ডায়েৰীৰ পাঁচ নম্বৰতেই তোমাৰ নাম অনুৰাধা!
YOU ARE READING
A collection of Assamese Poems
PoetryHere, I have written some short poems, do check it out!