য়ুনানৰ পৰা আহি পাটকাইৰ পাহাৰ কাটি অসমত বিশ্বৰ ইতিহাসৰ ছশ বছৰ ৰাজত্বৰ ধ্বজাবাহক আহোমৰ এজন বীৰ লাচিত বৰফুকন৷ স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বৰফুকন আছিল তেওঁ৷ প্ৰৱল প্ৰতাপী অওৰংজেবৰ সেনাক ওফৰাই পঠোৱা বীৰ আছিল তেওঁ৷ তেওঁৰ বাবেই মুগলৰ ১৭ বাৰ আক্ৰমণটো অসম অলৰ অচৰ আছিল৷ একে নিশাতে বৃহৎ গড় সাজি ৰামসিংহৰ দৰি বীৰক তবধ মনোৱা বীৰ আছিল লাচিত বৰফুকন৷ তেওঁৰ ৰণ কৌশলৰ বাবেই ১৬৭১ চনত হোৱা শৰাইঘাটৰ ৰণে বিশ্বৰ ইতিহাসত স্থান দখল কৰিব পাৰিছে৷
সেই বীৰৰ জন্ম ১৬২২ বৰ্ষত আহোমৰ ৰাজধানী চৰাইদেউত৷ মোমাই তামোলি বৰফুকনৰ সন্তান তেওঁ৷ তেওঁ তৰুৱাল, ধনু, গদা ইত্যাদি সকলো অস্ত্ৰতে সুনিপুণ হোৱাৰ লগতে নাও, ঘোঁৰা, হাতী আদি সকলো যুদ্ধ বাহনতে পাৰ্গত আছিল৷
১৬৭২ বৰ্ষত শৰাইঘাটৰ ৰণৰ এবছৰৰ পাচত শাৰীৰিক অসুস্থতাৰ বাবে ৫০ বছৰ বয়সত এই বীৰে ইইলীলা সম্বৰণ কৰে৷
তেওঁলৈ কুটি কুটি নমসঃ
YOU ARE READING
জীৱনলৈ বাণী --- A tale told by an idiot -
RandomIts a collection of assamese short quotes. Speak generation to generation. ডাকৰবচন, নীতিবচন, বেদবচন, ফকৰা- যোজনা ইত্যাদি কিবাকিবি