জীৱন সুন্দৰ...
জীৱন আৰু সুন্দৰ হৈ পৰে যেতিয়া দুচকুত সপোনে পাহি মেলে... //নাম তাৰ আকাশ, মনটো নীলা আকাশৰ দৰেই বহল...
নীল আকাশৰ নীলা ৰঙবোৰৰ দৰেই তাৰো মনত এধানি সপোনৰ ৰঙ!যৌৱনৰ চাকনৈয়াত নিজকে পাহৰি পেলোৱাৰ সময় এয়া!
পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি খেলা-ধূলা সকলোতে আগবঢ়া সি!তথাপি আকাশ ফূৰ্তিবাজ নহয়, অলপ যেন গম্ভীৰ....
সময়বোৰ আগবাঢ়িছিল
পাখি লগা কাড়ৰ দৰে...
আকাশ তেতিয়া উচ্চতৰ মাধ্যমিক ২য় বৰ্ষৰ ছাত্র!
সকলো ঠিকে আছিল!মাথোঁ কিবা এটা যেন সলনি হ'ব ধৰিছিল...
প্রথম প্রথম পঢ়া-শুনাৰ তাগিদাত পৰি সি মন দিয়া নাছিল কিন্তু....
লাহে - লাহে যেন তাৰ দুচকুত এটি অপ্রিয় সত্য ওলাই পৰিছিল!:oh! Damn it!!! মই পাগল নেকি?
এনেকুৱা কেনেকৈ হ'ব পাৰে? নাই নাই!
মই যিটি ভাবিছোঁ!
এনেদৰেই মনটো বান্ধি ৰাখে সি!
কিন্তু সত্য কথা কিমান লুকাই থাকিব?
আকাশৰ লগতো সেয়াই হ'ল!ভাঙি পৰিল সি!
কিয় বাৰু এনে হ'ল?
কিয় হ'ল এনে পৰিৱৰ্তন?
*****
YOU ARE READING
জীৱন জানো এনেকুৱা? (Is life like this)
Short Storyজীৱন মানেই সুখ আৰু দুখৰ সংযোগ। যদি জীৱনে নিজেই হাৰ মানে, আশাবোৰ ভাগি পৰে, তেন্তে দায়ী কোন? Life is such a poem that sometimes remains uncomplete. The writer gets tired and life becomes an untold poem. This story is slightly different from othe...