আশাকৰোঁ খন্ডকেইটা আপোনালোকে ভাল পাইছে!
বহুদিনৰে পৰা ভাবি আছিলোঁ অলপ ব্যতিক্রম লিখোঁ।
আপোনালোকে বাৰু ভাবেনে ?
নপুংসক হিচাপে জনম লোৱাটো পাপৰ কথা নেকি?
মোৰ মতে কোনোপ্রকাৰেই নহয়!
Never!
কিন্তু আমাৰ সমাজত এনেধৰণৰ মানুহবোৰক বেলেগ চকুৰে চোৱা হয়, কিয়?
তেওঁলোকক তেওঁলোকৰ প্রাপ্য সম্মান দিয়া নহয়!
কিন্তু তেওঁলোকো একোজন মানুহ!
They have right to live.
তেওঁলোকৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰক!
আকোঁৱালি লওঁক!কাৰণ, জীয়াই থকাৰ অধিকাৰ তেওঁলোকৰো আছে!
Yes, We all are human!
And we all have right to live life!
ESTÁS LEYENDO
জীৱন জানো এনেকুৱা? (Is life like this)
Historia Cortaজীৱন মানেই সুখ আৰু দুখৰ সংযোগ। যদি জীৱনে নিজেই হাৰ মানে, আশাবোৰ ভাগি পৰে, তেন্তে দায়ী কোন? Life is such a poem that sometimes remains uncomplete. The writer gets tired and life becomes an untold poem. This story is slightly different from othe...