মোৰ আধৰুৱা পৃথিৱীৰ তুমি এটি স্বপ্ন...
মোৰ কলিজাৰ মাজত অনুভৱ কৰোঁ..
কেৱল তোমাক..
নকওঁ তোমাক
তুমি মোৰ হোৱা!
বিচাৰোঁ মাথোঁ..
তোমাৰ মুখত সেই হাঁহি!
য'ত মই...
সকলো সুখ বিচাৰি পাওঁ...
-𝐏𝐚𝐫𝐜𝐡𝐢 𝐆𝐨𝐠𝐨𝐢
YOU ARE READING
অনুভৱত তুমি!
Romanceপ্রেম চাগৈ এনেকুৱাই... হৃদয়ৰ দুৱাৰ ঠেলি সোমাই আহে কোনো অনুমতি নোলোৱাকৈ.....মাথোঁ প্রৱেশ কৰে...! দেহ-মন কোবাই যায়...! এই প্রেম কাহিনীটি তাইৰ.. এজনী সহজ-সৰল ছোৱালী... নাম প্রিয়া তাইৰ... দুচকুত হেজাৰটা সপোন তাইৰ! ভবা নাছিল তাই! ...