অৱশেষত তাই কৈ দিছিল...
সেই ল'ৰাটোক...
তাই যে তাৰ প্রেমত পৰিছে..
সিও তাইৰ প্রেমবোৰ আকোঁৱালি লৈছিল...
কাৰণ সিও তাইৰ প্রেমত সেই প্রথম চাৱনিতেই
পৰিছিল...
"প্রথম প্রেমৰ মাদকতাই বেলেগ...
তোমাৰ চাৱনিয়ে মোক ৰাতি ৰাতি শুব
নিদিছিল....
চোৱা মই কি হৈ গেছিলোঁ...
আজি অলপ শান্তি পাইছোঁ...
জানা.... "
- সি লাহে লাহে তাইৰ কাষ চাপি আহিছিল...
তাই আঁতৰি গৈছিল...
অনুৰাগে তাইক কৈছিল...
"ইমানো আঁতৰি নাযাবা.. এবাৰ চাব দিয়া
তোমাৰ মুখখন...
বুকুত আঁকি লওঁ...
. .......... . "
:কিন্তু এটি সীমা থাকিব লাগে...
-তাই কৈছিল।
:কিহৰ সীমা?
:সবৰে এটি সীমা থকা উচিত!
:মই একো সীমা নামানো!!!!
-সি জোৰেৰে কৈছিল..
:মই যদি কাৰোবাক মানো...
তেন্তে সেয়া কেৱল তুমি... মনত ৰাখিবা।
তাইৰ কাষৰ পৰা আঁতৰি গৈছিল সি!
খং আৰু অভিমান তাৰ দুচকুত!
এই যেন অলপ সময়ৰ বাবে সব স্হিৰ হৈ গ'ল...
বতাহজাকো যেন ৰৈ গ'ল....
*****
বহুতদিন দেখা-দেখি হোৱা নাছিল দুয়োৰে..
কলেজলৈও অহা নাছিল সি...
তাইৰ ভয় হৈছিল....
যোগাযোগো নাইকিয়া কৰি দিছিল সি!
******
মাক - দেউতাকেও তাইক বুজাইছিল..
কি হৈছে তাইৰ..
তাই দুপৰ নিশা কান্দিছিল..
উচুপি-উচুপি...
নিজকে... হেৰুৱাই পেলাইছিল তাই!
*******
কিয় হৈছে তাইৰ এনেকুৱা???
*******
YOU ARE READING
অনুভৱত তুমি!
Romanceপ্রেম চাগৈ এনেকুৱাই... হৃদয়ৰ দুৱাৰ ঠেলি সোমাই আহে কোনো অনুমতি নোলোৱাকৈ.....মাথোঁ প্রৱেশ কৰে...! দেহ-মন কোবাই যায়...! এই প্রেম কাহিনীটি তাইৰ.. এজনী সহজ-সৰল ছোৱালী... নাম প্রিয়া তাইৰ... দুচকুত হেজাৰটা সপোন তাইৰ! ভবা নাছিল তাই! ...