Please follow me if not yet😊
চশমাযোৰ টেবুলত থৈ ভাগৰুৱা চকুযুৰীক মোহাৰি চকীখন অলপ পাচলৈ ঠেলি হেলন বৈঠক দি বহিলৈ সি ভাবিলে
- কি কৰোঁ এতিয়া! অন্য উপায় কি! হিয়াৰ মৃত্যু অনিবাৰ্য।
আৰাম্ভনিৰে পৰা সি জানিছিল। কিন্তু এনে সন্ধিক্ষণ আশা কৰা নাছিল। হিয়াৰ প্ৰতি যে আকৰ্ষণ বাঢ়িব ধৰিছে।
- তেন্তে!
- নাই। তাই মৰিবই।
- পথ দুৰ্ঘটনা!
- ঘৰুৱা দুৰ্ঘটনা। গেছ ব্লাষ্ট, ভয়ংকৰ মৃত্যু।
- দ্ৰাগ অভাৰ দজ।
- ইয়েচ। এইটোৱে। সকলোৱে জানে তাই গভীৰ ডিপ্ৰেচনত আছে।
তাৰ ওঁঠত বেঁকা হাঁহি এটা বিয়পি পৰিল। হেণ্ডেলত ধৰি চকীৰ পজিচনটো ঠিক কৰি চশমাযোৰ পিন্ধি লেপটপৰ কিবৰ্ডত লিখিবলৈ ধৰিলে
আন্ধাৰৰ সিপাৰে
Episode-15(হিয়াৰ মৃত্যু)
Indoor Hiya Bedroom night
Character- HiyaPlease vote commant and share😊😊😊