Abuse

28 3 0
                                    

#Minisaga

- কিবা ক’বা?
- এনেকৈ কিয় চুইচা?
- দূৰ হ৷ হাত নলগাবি৷
- Please please.
- মোক নুচুবি৷
- এৰি দে৷ আহঃ৷এৰি দে৷
- তই মোৰ নিজৰ খোৰাৰ ল’ৰা৷ আমি লগত খেলিছিলো৷ আআআআআ
- মোক এৰি দে৷ Please এৰি দে৷ নুচুবি৷ মা আআআআআ৷ Please

- আজিৰ পাচত তই নিজক কেনেকৈ ক্ষমা কৰিবি? মই ক্ষমা নকৰো তোক৷ কেতিয়াও নকৰোঁ৷

Please give this story a comment. Bad or good no meter. If u like share it.

Stay With Me ---- গল্প সংকলনDonde viven las historias. Descúbrelo ahora