#Minisaga
- মা মা মা৷
- হা হা। মা মা
ব্যগ্ৰতাৰে বহু সময় ধৰি মাকক বিচাৰি ফুৰা ন মহীয়া কেঁচুৱাটোৱে তুলসীৰ তলত আগ চোতালত শুই থকা মাকক দেখি আনন্দতে হাঁহি হাঁহি মাকৰ ফালে বগোৱা বাই পেতত উঠি ল'লেহি
- মা মা
তাৰ মৰমৰ মাতষাৰ শুনিও প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা মাকৰ বুকুত আল ফুলে শুই সি খাদ্যৰ সন্ধান কৰিলে৷
Please give this story a comment. Bad or good no meter. If u like share it.