দুবিধা

22 2 0
                                    

#Minisaga

- ইমান মনোকষ্টত কিয় আছা? আঁতৰি নোযোৱা কিয়?তোমাৰ বস্তুবোৰ বান্ধা আৰু গুচি যোৱা৷

- নোৱাৰো যাব৷

- কিয়?

- মই ইয়াতে থাকিব বিচাৰো?

- কিয়?

- কাৰণ৷ মই যদি আঁতৰি যাওঁ এই ঘৰত মোৰ স্থান হেৰাব৷

- কিয় লাগে এনে স্থান?

- মই এতিয়া সুখী নহয় কিন্তু দুখীও নহয়৷ কিন্তু মই সুখ বিচাৰিবলৈ গ’লে ঘৰখন ঘৰহৈ নাথিকিব৷

****Share****vote****comment****

Stay With Me ---- গল্প সংকলনOù les histoires vivent. Découvrez maintenant