#Minisaga
ঘৰৰ বনকৰা ছোৱালীজনীয়ে আজি মোৰ মূৰত পাঁচডাল পকা চুলি পালে।
অ’ এতিয়াহে মই সম্বিত হ’লো৷ চুলিয়ে দেখুন বৰণ সলাবলৈ ল’লেই৷ ৰূপোৱালী ৰঙৰ আঁচোৰ পৰিলেহি! কি কৰিলোনো জীৱনত!
এজনী কন্যা! এজনী ভগ্নী! এজনী পত্নী! এগৰাকী বোৱাৰী!এজনী মাতৃ। ইমানেই? তাৰ বাদে! সকলোবোৰেই হৈ ৰ’ল মাত্ৰ প্ৰয়াস।
মোৰ অস্তিত্ব জানো ইয়াতে বিলিন!
Don't forget to vote share & commant