#Minisaga
- আজি মই তাইক দেখিছিলো৷
- কাক?
- মোৰ Ex hubby ক৷
- অসঃ৷ কি খবৰ তাৰ মানে তাইৰ?
- নাজানো৷ যেতিয়াৰ পৰা তাৰ অপাৰেচন হ'ল, তেতিয়াৰ পৰা মই তাইৰ লগত কথা পতা নাই৷
****Share****vote****comment***
#Minisaga
- আজি মই তাইক দেখিছিলো৷
- কাক?
- মোৰ Ex hubby ক৷
- অসঃ৷ কি খবৰ তাৰ মানে তাইৰ?
- নাজানো৷ যেতিয়াৰ পৰা তাৰ অপাৰেচন হ'ল, তেতিয়াৰ পৰা মই তাইৰ লগত কথা পতা নাই৷
****Share****vote****comment***