Hi wattpaders,
Thanks for ur support.😊
##Mature contains. ##"কোঁৱৰ ভিলা"ৰ পৰা এটি ক্ষণ
উদয়ৰ দৃষ্টিকোণ
- Am I sister material?
- No.
- Realy? Do you think I m hot.
- Yes. You r beautiful, warm and hot.
- Then stay with me for tonight?
-Ok
তাৰপাচত আমি কেতিয়া যে হোটেলৰ কোঠা পালোহি ধৰিবই নোৱাৰিলো৷ মোৰ দেহত জুই লাগিছে৷ তাইৰ শীতল স্পৰ্শত মই শান্ত হ’ব বিচাৰিলো৷ নাৰীৰ স্পৰ্শ মোৰ বাবে নতুন নহয়৷ কিন্তু কিয় যে এই স্পৰ্শ অন্যন্য৷
মোৰ ওঁঠে তাইৰ ওঁঠক স্পৰ্শ কৰি তাইক কোঠাৰ একমাত্ৰ বিচনাত শুৱাই দিলো৷ মোৰ চাৰ্টটো খুলি থৈ তাইৰ কাষত বাগৰ দিলো৷ মোৰ আঙুলিৰে তাইৰ মুখমণ্ডলত পৰি ৰোৱা চুলিবোৰ লাহেকৈ আঁতৰাই দিলো৷ মধ্যমাৰে তাইৰ গুলপীয়া ওঁঠযোৰ সৈতে খেলিলো৷ লাহে লাহে মোৰ আঙুলি ডিঙিৰে হৈ তাইৰ কাপোৰেৰে আবৃত দেহৰ ভাঁজবোৰলৈ নামি গ’ল৷ প্ৰথমে ওৱাইল্ড হৈ থকা ছোৱালীজনী লাহে লাহে সেমেকি আহিল৷ মোৰ হাতৰ স্পৰ্শত তাই সংকোচিত হৈ পৰিল৷ এই স্পৰ্শ যেন তাইৰ বাবে প্ৰথম৷ একেবাৰে নতুন যেন লাগিল মোৰ৷ সেয়ে মই তাইক সুধিলো
- Are you virgin?
এটা ভৰিৰে আনটোক চুই৷ বিচনাখনক হাতেৰে খামোচি ধৰি তাইৰ চকুকেইটা লাহে লাহে ওপৰলৈ তুলি মোৰ চকুত স্থিৰ কৰি লাজ লাজ ভাবে সন্মতিৰে মূৰ দুপিয়ালে৷
- বয়স কিমান হৈছে তোমাৰ?
- আজি ১৮
-What. Ooh. Sorry.
বাৰত লগ পোৱা ছোৱালীজনী virgin হ’ব পাৰে বুলি মই কল্পনাও কৰা নাছিলো৷ তাতে মাত্ৰ ১৮ বছৰ! তাই নিচা গ্ৰস্ত৷ মইতো সুস্থ৷ এই ভুল হ’ব দিলে ভাল নহ’ব৷ মই মনতে গুণাগথা কৰি থাকোঁতে কান্দোন এটা মোৰ কাণত পৰিল৷ মই আচৰিত হৈ তাইক প্ৰশ্ন কৰিলোঁ
- কিয় কান্দিছা? মোলৈ ভয় কৰিব নালাগে৷ মই একো নকৰোঁ তোমাক৷
মোৰ প্ৰশ্নত তাই কন্দা বন্ধ কৰি নাক মোহাৰি উচুপি ক’বলৈ ধৰিলে
- কিয় নকৰে? মই আকৰ্ষণীয় নহয়? মোক বেহেনজী যেন লাগে ন’? সেই কাৰণে মনোজে মোৰ প্ৰেমক অস্বীকাৰ কৰিলে৷ মোক সৰু ছোৱালী ক’লে৷
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanfictionWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...